মছজিদত ছালাত কৰাৰ কথা কোৰআনৰ কতো নাই
Masjid https://youtu.be/5YRU7Nj2Z1c?si=L5IfvanTMhY9rYCD . (Note: মছজিদত ছালাত কৰাৰ কথা কোৰআনৰ কতো নাই- in above video 15.00-16.27m)(মছজিদ এটা vertual/imaginary বস্তু যিটো অন্তৰত থাকে; কোনো ইটা পাথৰৰ ঘৰ নহয়। মছজিদ হ'ল তাকৱা-৯:১০৮। ইয়াত তাকৱান লোকসকল একত্ৰিত হৈ কোৰআনৰ আলোচনা কৰে। ইয়াত ঠিয়হোৱাটো right.। মছজিদ ৰিজাল(পৱিত্ৰ মানুহ যি ছালাত কায়েম কৰে জাকাত দিয়ে জিহাদ কৰে ইত্যাদি), ইটা পাথৰৰ ঘৰ নহয়। এইবোৰ কোনো নতুন কথা নহয়, কোৰআন খোলক আৰু চাওঁক। ) . ৯:১৮ إِنَّمَا يَعْمُرُ مَسَاجِدَ اللَّهِ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَأَقَامَ الصَّلَاةَ وَآتَى الزَّكَاةَ وَلَمْ يَخْشَ إِلَّا اللَّهَ ۖ فَعَسَىٰ أُولَٰئِكَ أَنْ يَكُونُوا مِنَ الْمُهْتَدِينَ একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, চালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত। . ৯:১৯ ۞ أَجَعَلْتُمْ سِقَايَةَ الْحَاجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ آمَنَ...